আমাৰ বাৰীৰ গছৰ দালত পৰা ভাটো আৰু কপৌ চৰাইবোৰ ক’ত গল ?
মনত পৰে আমাৰ স্কুলীযা় দিনবোৰ | তেতিযা় মই তৃতীয় নে চতুৰ্থ শ্ৰেনীৰ ছাত্ৰ | 1974 চনৰ কোনোৱা এটি দিনত আমি চহৰৰ পৰা নিলগত নতুন ঘৰলৈ বাসিন্দা হবলৈ গুছি আহিছিলো | আহল বহল পৃথিৱী খন বহুত ধুনীযা আছিল |ও’খ ও’খ কৃষ্ণচুঢা় গছবোৰ , বৃহত্ বৃহত আহত , শিমলু গছেৰে আমাৰ অঞ্চলখনি ভৰি আছিল | ওচৰেদি বৈ যোৱা নদীখনত বন্ধৰ দিনা লগৰ সমনীযা়ৰ লগত প্ৰাযে়ই …
March 3, 2013 Sunday at 8:48 am
শিক্ষিত নিবনুৱা সকল চাকৰী মুখি নহৈ আৰ্থিকভাৱে স্বাৱলম্বী হব লাগে.
অসমলৈ গলে সাধাৰণতে মঙ্গলদৈৰ ওচৰৰ এখন গাৱলৈ যাওঁ | সেইখন আমাৰ আইতা ককাহতৰ গাওঁ | গাৱলৈ গলে সাধাৰণতে ইঘৰ সিঘৰলৈ যোৱূ হয় | যুৱক যুৱতী বিলাকৰ লগত কথা পতা হয় | বেচিভাগ যুৱক যুৱতীযে়ই শিক্ষিত নিবনুৱা | কিছুমান মেট্ৰিক পাচ, | কিছুমান হাযা়ৰ চেকেন্দাৰী, আন কিছুমান বি. এ , বি. কম, এম. এ ইত্যাদি ইত্যাদি |এই যুৱক যুৱতী বিলাকে প্ৰাযে়ই …
March 3, 2013 Sunday at 8:31 am
তাই আহিল মোৰ খিৰিকি খুলি
তাই আহিল মোৰ খিৰিকি খুলি কোনো খবৰ নিদিয়াকৈয়ে আহিল তাই কুৱলীৰ ওৰণি লৈ ভৰিত হিম সানি হুৰমুৰকৈ সোমাই আহিল তাই এতিয়া দোকানে দোকানে ওলমিব ৰং বিৰং উমাল চোলা আপেল আপেল গালৰ ভূটীয়া গাভৰু জনীৰ হাঁহিটোৰ দৰেই উম সনা তাইৰ বেহা দিয়া আৰু লোৱা লোৱা আৰু দিয়া ভৰুণ পথাৰৰ সোণালী খিনি গলে মুখে সানি দাৱনী জনী আকুল হব ৰবাবৰ চপচপীয়া ৰহঘৰা …
March 3, 2013 Sunday at 8:20 am




